85
লিডুঃ আলফা স্বাধীনত মোক্ষম আঘাত। ৭ জন আলফা স্বাধীনৰ সদ্যস্যই আত্মসমৰ্পণ কৰিলে তিনিচুকীয়া আৰক্ষীৰ ওচৰত৷ তিনিচুকীয়া জিলাৰ পেঙেৰীৰ তৰাণী বনাঞ্চলৰ এটি গোপন স্থানত বৰুণ অসম, সৌৰভ অসম, লেন্স কৰ্পৰেল উৎপল অসম, বসন্ত অসম, নিজাম অসম, মনজিৎ মৰাণ আৰু শ্বেখৰজ্যোতি অসমে আৰক্ষীৰ হাতত আত্মসমৰ্পণ কৰাৰ বাতৰিয়ে এতিয়া চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷
এইয়া তিনিচুকীয়া আৰক্ষীৰ বাবে এক বৃহৎ সফলতা ৰূপে বিবেচিত হৈছে৷