Home ৰাজ্যলিডুত এন এছ চি এন (কে)ৰ যোগাযোগকাৰী আটক

লিডুত এন এছ চি এন (কে)ৰ যোগাযোগকাৰী আটক

by News Desk
61 views
A+A-
Reset

লিডুঃ তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত ৩ নং মালৌ পাহাৰৰ পৰা আজি লিডু আৰক্ষী আৰু ১৪ নং অসম ৰাইফলচে এক যুটিয়া অভিযান চলাই এন এছ চি এন (কে) ৰ এজন যোগাযোগকাৰীক আটক কৰিবলৈ সক্ষম হয়৷

দীৰ্ঘ দিন ধৰি এন এছ চি এন উগ্ৰপন্থীৰ সৈতে যোগাযোগ অব্যাহত ৰখা এইজন যোগাযোগ কাৰীৰ নাম কাংখু হাখুন (৩৭) বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, লিডু আৰু ইয়াৰ উপকন্ঠ অঞ্চলত ধনদাবীকে ধৰি বিভিন্ন বে-আইনী কাৰ্যকলাপ সংঘটিত কৰাত সহযোগ আগবঢ়াই অহা কাংখু হাখুনক কৰায়ত্ব কৰাৰ সময়ছোৱাত সেনা আৰক্ষীয়ে ভালে সংখ্যক আপত্তিজনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0