94
চাবুৱাঃ কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে পানীতোলা, খাজিখোৱাৰ লগতে চাবুৱাতো পথ অৱৰোধ কৰি টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
শতাধিক প্ৰতিবাদকাৰীয়ে অখিল গগৈ জিন্দাবাদ, অসম চৰকাৰ হুছিয়াৰ, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, RSS মুৰ্দাবাদ ধ্বনিৰে প্ৰায় বহু সময় ৰাজপথ উত্তাল কৰি ৰাখে।