Home দেশআকৌ মাধমাৰ, এইবাৰ বৃদ্ধি কৰিলে বেংকৰ সুদৰ হাৰ, এবাৰতে হৈ পৰিল ৬.২৫

আকৌ মাধমাৰ, এইবাৰ বৃদ্ধি কৰিলে বেংকৰ সুদৰ হাৰ, এবাৰতে হৈ পৰিল ৬.২৫

by News Desk
59 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ মূল্যবৃদ্ধিয়ে দেশৰ জনগণক কোঙা কৰাৰ সময়তে বেংকৰ সুদৰ হাৰ বৃদ্ধি কৰিলে চৰকাৰে৷ এবাৰতে বৃহৎ হাৰত বৃদ্ধি কৰিলে সুদৰ হাৰ৷ ৰেপোৰেট খণ্ডত মৌলিক ২৫ পইণ্ট বৃদ্ধি কৰি ৬.২৫ কৰিলে ৰিজাৰ্ভ বেংকে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চাৰিবছৰৰ কাৰ্যকালৰ ভিতৰত ৰিজাৰ্ভ বেংকৰ পৰা ঋণ লোৱা আন বেংকৰ ঋণৰ সুদৰ হাৰ বৃদ্ধি কৰা হয়৷ বুধবাৰে ছয়জনীয়া মণিটৰী সমিতিয়ে এই সিদ্ধান্ত লয়৷ ইয়াৰ দ্বাৰা ঋণৰ বিনিময়ত দিবলগীয়া কিস্তিৰ টকাৰ পৰিমাণ বৃদ্ধি হ’ব৷

মোডীৰ কালৰ ৪ বছৰৰ ভিতৰত এয়াই প্ৰথম বৃদ্ধি কৰা হয় ৰেপোৰেট সুদৰ হাৰ৷ তাৰ লগে লগে ৰিজাৰ্ভ বেংকে আন বেংকৰ পৰা লোৱা ঋণৰ সুদৰ পৰিমাণ অৰ্থাৎ ৰিভাৰ্ছ ৰেপোৰেট ঋণৰ সুদৰ হাৰ বৃদ্ধি কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0