কাকডোঙা নৈত থলুৱা বৰালীৰ হাহাকাৰ, নিমাত ছাত্ৰ সংগঠন-প্ৰশাসন

Home ৰাজ্যকাকডোঙা নৈত থলুৱা বৰালীৰ হাহাকাৰ, নিমাত ছাত্ৰ সংগঠন-প্ৰশাসন

কাকডোঙা নৈত থলুৱা বৰালীৰ হাহাকাৰ, নিমাত ছাত্ৰ সংগঠন-প্ৰশাসন

by News Desk
94 views
A+A-
Reset

দেৰগাঁওঃ ৰাজ্যৰ উজনি-নামনিত সময়ে সময়ে পানীত কীটনাশক মিহলাই থলুৱা মাছৰ নিধন যজ্ঞ চলোৱাৰ সময়তে গোলাঘাট জিলাৰ কাকডোঙা নৈত শ শ থলুৱা মাছৰ অস্বাভাৱিক মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৎস্য আইনক ভেঙুচালি কৰি এচাম লোকে আঠুৱা জালেৰে, কম পাহিৰ লানি জালেৰে কণীযুক্ত মাছৰ নিধন কাৰ্য অব্যাহত ৰখাৰ লগতে খাল-বিল, জলাশয় আদিত বিহ প্ৰয়োগ কৰি মাছ নিধন কৰাৰ সময়তে এনেদৰে থলুৱা মাছৰ মৃত্যু হোৱাত চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত৷

শুকুৰবাৰে নিশা কোনো দুস্কৃতিকাৰীয়ে কাকডোঙা নৈত বিহ দিয়াৰ ফলতে শ শ সৰু-বৰ মাছ মৰি উপঙি উঠা পৰিলক্ষিত হৈছে৷ জানিপ পৰা মতে, বহু মাছ মৰি ওপঙি উঠে। ৰাজ্যৰ ভিতৰতে থলুৱা মাছৰ বাবে বিখ্যাত গোলাঘাট জিলাৰ কাকডোঙা নৈ। দুস্কৃতিকাৰীয়ে যোৱা কেইবাটাও বছৰ ধৰি ভাদ-আহিন মাহত নৈখনত বিষাক্ত কীটনাশক দ্ৰব্য পানীত মিহলি কৰি মৎস্য চিকাৰ কৰাটো যেন বছৰেকীয়া উৎসৱলৈ পৰিণত হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0