Home গুৱাহাটীঅচিনা দেশলৈ গল নন্দিতা

অচিনা দেশলৈ গল নন্দিতা

by News Desk
78 views
A+A-
Reset

গুৱাহাটীঃ মৃত্যু জীৱনৰ পৰিসমাপ্তি৷ এই মৃত্যু আহে সংগোপনে৷ কাৰ মৃত্যু কেতিয়া ক’ত কেনেকৈ হয় কোনে জানে৷ মৃত্যু অৱধাৰিত৷ এদিন সকলোৱে যাব লাগিব অচিনা দেশলৈ৷ পৃথিৱীৰ মায়া, মোহ ত্যাগ কৰি সকলোৱে যাব লাগিব এয়া চিৰন্তন সত্য৷ কিন্তু এনে কিছু মানুহৰ অকাল মৃত্যু হয় যাক সহজে লব নোৱাৰি৷ তেনে লোকৰ মৃত্যুত ফেকুৰি উঠে বহু লোক৷ তেনে এক মৃত্যুৱে কন্দুৱাইছে বহুতকে৷

২০১৫ চনৰ পৰা তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা মহানগৰীৰ কাহিলীপাৰাৰ বিষ্ণু ৰাভা পথৰ বাসিন্দা নন্দিতা বড়োৰ মৃত্যুত কান্দিছে বহুতে৷ শনিবাৰে পুৱা ৫ বজাত মৃত্যুক আকোৱালি লয় নন্দিতাই৷ ব্যক্তিগত খণ্ডৰ নিউজ-১৮ নামৰ নিউজ চেনেল এটিৰ জড়িয়তে পোহৰলৈ আহিছিল নন্দিতাৰ জীৱনৰ কৰ্কট ৰোগৰ দুখ লগা আৰু ভাল লগা প্ৰেমৰ প্ৰতিচ্ছবি খন৷ নিউজ চেনেলটোৱে বিশেষ প্ৰচাৰ কৰি নন্দিতাক আৰ্থিক সহায় কৰাৰ বাবে উদ্যোগ লৈছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0