70
ডিজিটেল ডেস্কঃ ৪ বছৰৰ বিৰতিৰ অন্তত অহা ১৯ এপ্ৰিলত মুক্তি পাব লোকেল কুংফু-২৷ এয়া হৈছে ২০১৩ ত মুক্তি লাভ কৰা জনপ্ৰিয় ছবি ‘লোকেল কুংফু’ৰে ছিকুৱেল।
কেনী বসুমতাৰী পৰিচালিত এই চলচিত্ৰখন যুগান্তকাৰী নাট্যকাৰ শ্বেক্সপীয়েৰৰ “দ্যা কমেডী অব ইৰৰছ” নাটকৰ আধাৰত নিৰ্মাণ কৰা হৈছে৷ উল্লেখ্য যে অতি কম বাজেটেৰে নিৰ্মাণ কৰা পূৰ্বৰ ‘লোকেল কুংফু’ৱে ৰাজ্যৰ নৱ প্ৰজন্মৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল৷