Home ব্লগপাৰ্বতীক কিমান ভাল পাইছিল শিৱই?

পাৰ্বতীক কিমান ভাল পাইছিল শিৱই?

by News Desk
A+A-
Reset
Shiva-story

ষ্টেটাছ ছিম্বল৷ বিয়া-বাৰুৰ ক্ষেত্ৰত এই ছিম্বলেই বহু সময়ত বহুতৰে জীৱনত হেঙাৰ হৈ থিয় দিয়ে৷ এই বিশেষ ছিম্বল নিমিলাৰ বাবেই কিমানজনৰ সপোনৰ সংসাৰ ভাঙি থানবান হৈ পৰিছে তাৰ হিচাপ নাই৷ এই ছিম্বল পিছে আধুনিক নহয়৷ সেই তাহানিৰে পৰা ছিম্বলবিধে নিজৰ আধিপত্য বিস্তাৰ কৰি আহিছে৷ মানৱ সমাজতো বাদেই স্বয়ং ঈশ্বৰো এই ছিম্বলৰ কবলত পৰিবলৈ বাধ্য হৈ পৰিছে।

পুৰাণৰ দিনৰ এটি কাহিনী৷ নায়িকা এগৰাকী সুন্দৰী৷ প্ৰেমত পৰিল এজন দিব্য পুৰুষৰ৷ হ’লেই যেনিবা দিব্য পুৰুষ৷ ষ্টেটাছ চিম্বল নিমিলিলে নায়িকাৰ পিতৃয়ে সেই প্ৰেম মানি ল’বই বা কিয়? সেয়ে কঠোৰ পিতৃয়ে লগে লগে নাকচ কৰিলে মৰমৰ কন্যাৰ নিভৃত প্ৰেম৷ প্ৰেয়সীৰ পৰিয়ালৰ সৈতে ষ্টেটাছ ছিম্বল নিমিলা এই প্ৰেমিকজন কোন জানেনে? তেওঁ হৈছে দেৱাদিদেৱ মহাদেৱ শিৱ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0