104
newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ ৪টা লোকসভা সমষ্টি আৰু ১০ টা বিধানসভা সমষ্টিত বৃহস্পতিবাৰে উপ-নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হয়৷ নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হোৱাৰ পিছতে নিৰ্বাচনী প্ৰাৰ্থীসকলৰ মাজত জয়-পৰাজয়ক লৈ চিন্তাৰ ছাঁ পৰা পৰিলক্ষিত হয়৷
বিভিন্ন প্ৰাৰ্থীয়ে নিজৰ পৰাজয়ৰ কথা স্বীকাৰ নকৰি নিৰ্বাচনী ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰি বিৰোধীয়ে যড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰা দেখা যায়৷