Home দেশ৫০টকাকৈ বাঢ়িল ৰন্ধন গেছৰ দাম, উজ্জ্বলাৰ হিতাধিকাৰীয়েও ভৰিব লাগিব অধিক ধন

৫০টকাকৈ বাঢ়িল ৰন্ধন গেছৰ দাম, উজ্জ্বলাৰ হিতাধিকাৰীয়েও ভৰিব লাগিব অধিক ধন

by News Desk
A+A-
Reset
l54720241001101850

নতুন দিল্লীঃ সৰ্বত্ৰে মূল্যবৃদ্ধিৰ মাধমাৰৰ মাজতে ৰন্ধন গেছৰ দাম বৃদ্ধিৰে দেশৰ জনতাৰ মূৰত আন এক ৰাম টাঙোন শোধাইছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ এনডিএ চৰকাৰে। আজি কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৫০ টকাকৈ বৃদ্ধি কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ কথা সদৰী কৰে। মূল্যবৃদ্ধিয়ে এইবাৰ উজ্জ্বলা যোজনাকো সামৰি ল’ব বুলি জানিবলৈ দিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। 

সম্প্ৰতি উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলে ৫০০ টকাতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰি আছিল যদিও এতিয়াৰে পৰা ৫৫০ টকা ভৰিব লাগিব। গুৱাহাটীকে ধৰি অসমৰ প্ৰতিটো অঞ্চলতে সকলোৱে ৰাজসাহায্যবিহীন দৰত চিলিণ্ডাৰ ক্ৰয় কৰি আহিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0