Home ৰাজনীতিসংসদৰ কেণ্টিনত সাংসদৰ Lunch Launched

সংসদৰ কেণ্টিনত সাংসদৰ Lunch Launched

by News Desk
79 views
A+A-
Reset

গুৱাহাটীঃ ‘লান্স’ হ’লগৈ ‘লন্স’। প্ৰচাৰ লাভৰ তাড়নাত অসমৰ এগৰাকী সাংসদে খোৱাৰ পাতৰ পৰাই আপডেট দিলে ফেচবুকত। ফটোখন সংসদ ভৱনৰ কেন্টিনত বিজেপিৰ  সাংসদ কামাখ্যা প্ৰসাদ তাছা, সাংসদ ৰামেশ্বৰ তেলী আৰু শান্তিয়াছ কুজুৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি থকা মুহূৰ্তৰ।

সাংসদ শান্তিয়াছ কুজুৰে ফেচবুকত পোষ্ট কৰা এই ফটোখনে জনপ্ৰিয়তা লভিছে সচাঁ, কিন্তু ফটোখনৰ লগত দিয়া আপডেটটোৱে এতিয়া বিপদত  পেলাইছে বিজেপিৰ সাংসদজনক । ফেচবুকত জনপ্ৰিয়তাৰ বাবে দিয়া ফটোখনৰ আপডেটত খৰখেদাতে ‘Lunch’ হ’লগৈ ‘Launched’।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0