Home দেশকৰ’নাতংকৰ মাজতে বিশাখাপট্টনমত গেছ নিৰ্গত, শিশুসহ ১১ জনৰ মৃত্যু

কৰ’নাতংকৰ মাজতে বিশাখাপট্টনমত গেছ নিৰ্গত, শিশুসহ ১১ জনৰ মৃত্যু

by News Desk
A+A-
Reset
2020_5$largeimg_1844794982

বিশাখাপট্টনমঃ অন্ধ্ৰপ্ৰদেশৰ ৰাসায়নিক কাৰাখানাৰ পৰা বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত মৃত্যু হৈছে এটি শিশুসহ ১১ জনৰ। এই ঘটনাত অসুস্থ হৈ পৰিছে ৮০০০তকৈও অধিক লোক। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আৰু এম্বুলেন্স।

বিশাখাপট্টনমৰ আৰ আৰ ভেংকটপুৰমৰ এলজি পলিমাৰছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ ৰাসায়নিক প্লেণ্টত গেছ নিৰ্গত হোৱাত অঞ্চলটোৰ বাসিন্দাসকলৰ চকু জ্বলা-পোৰা আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাই দেখা দিছে বুলি জনাইছে প্ৰশাসনে। অসুস্থ হৈ পৰাৰ লগে লগে লোকসকলক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0