105
newsnextone.com। মাজুলীঃ মাজুলী বনগাওঁ বৰমপুৱা আৰু ফুলনি মায়েঙীয়া পথ নিৰ্মাণৰ দাবীৰ লগতে মাজুলীৰ ফুলনিত এটি ৰাষ্ট্ৰীয় কৃত বেংক শাখা স্থাপন কৰাৰ দাবীত আজি আছুৰ সৈতে শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে।
