79
মাজুলীঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে প্ৰতিশ্ৰুতি পালন নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ইমানে নহয় যোৱা বিধানসভা নিৰ্বাচনত লগ লাগি নিৰ্বাচনত অৱতীৰ্ণ হোৱা তিনিটা দল বিজেপি, অগপ আৰু বিপিএফৰ বিৰুদ্ধেও উত্থাপন হৈছে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ৷ এই অভিযোগ উত্থাপিত হৈছে অসমৰ অভিমান, বিশ্ব ঐতিহ্যৰ যোগ্য স্থান মাজুলীৰ সাধাৰণ নাগৰিকে৷