58
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশে বাজেটৰ ওপৰত চকু ৰখাৰ সময়তে বিজেপিৰ বিৰুদ্ধে বিৰোধীক একত্ৰিত কৰাৰ চেষ্টা চলাইছে কংগ্ৰেছে৷ পশ্চিম বংগৰ উপ-নিৰ্বাচনত তৃণমূল কংগ্ৰেছ আৰু ৰাজস্থানত লোকসভা নিৰ্বাচনত কংগ্ৰেছে শেষ হাঁহি মৰাৰ সময়তে নতুন সমীকৰণ আৰম্ভ কৰিছে কংগ্ৰেছে৷
ছোনীয়া গান্ধীৰ সৈতে মমতা বেনাৰ্জীয়ে শুভেচ্ছা বিনিময় কৰি ৰাষ্ট্ৰীয় ৰাজনীতিত তথা ২০১৯ত মোডী-বিৰোধী জোটৰ পৰিকল্পনা কৰা পৰিলক্ষিত হৈছে৷