Home ৰাজ্যজাগুনৰ কঠাচেমাৰ গৃহ হাৰাৰ আৰ্তনাদ নুশুনিলে বিধায়ক-প্ৰশাসনে

জাগুনৰ কঠাচেমাৰ গৃহ হাৰাৰ আৰ্তনাদ নুশুনিলে বিধায়ক-প্ৰশাসনে

by News Desk
141 views
A+A-
Reset

জাগুনঃ যোৱা কেইবাটাও দিন ধৰি তিনিচুকীয়া জিলাৰ জাগুনৰ কঠাচেমা অঞ্চলত এটি বনৰীয়া হাতীৰ জাকে থিতাপি লৈ অহাত ৰাইজ আতংকিত হৈ পৰিছে৷ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীৰ জাকটোৱে দিনৰ দিনটো জংঘলত থাকে যদিও বেলি ডুবাৰ লগে লগে জনাঞ্চললৈ ৰাওনা হয়৷ ইতিমধ্যে কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতি-সাধন কৰিছে হাতীৰ জাকটোৱে৷

বন বিভাগে হাতীৰ জাকটোক খেদি পঠোৱাৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷ হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে ৰাজ্য চৰকাৰ খনে তিলমানো গুৰুত্ব নিদিয়া বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ হাতীৰ জাকৰ উপদ্ৰৱৰ ফলত নিতৌ নিদ্ৰাহৰণ হৈছে যদিও কাণসাৰ নাই চৰকাৰ খনৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বনৰীয়া হাতীৰ তাণ্ডৱে ৰাইজক আতংকিত কৰি ৰাখিছে তিনিচুকীয়া জিলাৰ জাগুনৰ কঠাচেমা অঞ্চলত৷ শুকুৰবাৰে নিশা হাতীৰ জাকটোৱে দৰিদ্ৰ শ্ৰমিকৰ ঘৰ ভাঙি কেইবাটাও পৰিয়ালক গৃহ হাৰা কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0