Home ৰাজ্যগুদামঘাটত মানশিৰি নদীৰ ব্যাপক গৰাখহনীয়া, শতাধিক পৰিয়াললৈ তীব্ৰ ভাবুকি

গুদামঘাটত মানশিৰি নদীৰ ব্যাপক গৰাখহনীয়া, শতাধিক পৰিয়াললৈ তীব্ৰ ভাবুকি

by News Desk
195 views
A+A-
Reset

newsnextone.comতেজপুৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ২নং গুদামঘাটত মানশিৰি নদীৰ ব্যাপক গৰাখহনীয়া সৃষ্টি হৈছে। গৰাখহনীয়াই ২ নং গুদামঘাট গাঁওৰ শতাধিক পৰিয়াললৈ কঢ়িয়াই আনিছে তীব্ৰ শংকা। উল্লেখ্য যে গাওঁখনৰ কাষেৰে বৈ যোৱা মানশিৰি নদীয়ে বহু বছৰ ধৰি গাঁওখনত খহনীয়াৰ সৃষ্টি কৰি অহাৰ ফলত গড়কাপ্তানি পথত যাতায়তৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সৃষ্টি কৰিছে।

গাওঁখনৰ কণ কণ শিশুসকলে মৰণক শৰণ দি একাঁঠু পানীৰ মাজেৰে পাৰ হৈ বিদ্যালয়লৈ অহা-যোৱা কৰাৰ লগতে গাওঁবাসী ৰাইজেও এনেদৰেই যাতায়ত কৰিবলগীয়া হৈছে। এনে সমস্যা দূৰিকৰণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ ৰাইজে অনুনয় বিনয় কৰাৰ পাছতো আজি পৰ্য্যন্ত কিন্ত্ত  খবৰ এটা লবলৈও আহৰি পোৱা নাই বিভাগীয় কৰ্তৃপক্ষই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0