Home ৰাজনীতিমাৰ্ঘেৰিটাত বিজেপিৰ গুৰুত্বপুৰ্ন সভা, এশৰো অধিক ব্যাক্তিৰ বিজেপিত যোগদান

মাৰ্ঘেৰিটাত বিজেপিৰ গুৰুত্বপুৰ্ন সভা, এশৰো অধিক ব্যাক্তিৰ বিজেপিত যোগদান

by News Desk
A+A-
Reset
BJP Edited

লিডুঃ  পঞ্চায়তৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় দল বিজেপিয়ে সাংগঠনিক ভেটি অধিক শক্তিশালী কৰিবলৈ  তৎপৰ হৈ পৰিছে৷ ইতিমধ্যে দলৰ ৰাজ্যিক নেতা-কৰ্মীৰ লগতে তৃণমুল পৰ্যায়ৰ কৰ্মীসকলে সভা সমিতি অনুষ্ঠিত কৰি ৰাইজৰ মাজত সোমাবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ 

শাসকীয় দল বিজেপিৰ মাৰ্ঘেৰিটা সদৰ মণ্ডল আৰু ব্লক মণ্ডলৰ উদ্যোগত আজি  তিনিচুকীয়া  জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ  উত্তৰ মাৰ্ঘেৰিটাৰ ৰঙ্গমঞ্চত  এখন ” পৃষ্ঠাপ্ৰমুখ নিযুক্তি”  সভা নামাকৰনেৰে  এখন দলীয় কাৰ্যনিৰ্বাসক  সভা অনুস্থিত হৈ যায় ৷ বিজেপিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ মৰানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী , বিজেপিৰ অসম ৰাজ্যিক সভাপতি অমিয় ভুঞা ,   স্থানীয় বিধায়ক ভাষ্কৰ শৰ্মা,  বিজেপিৰ তিনিচুকীয়া জিলাৰ প্ৰভাৰী যুগমালা বুঢ়াগোহাই, ডিব্ৰুগড় লোকসভাৰ পূৰ্নকালিন বিস্তাৰক সেমপ্ৰভা বৰঠাকুৰ, ভৱেশ দত্ত, ভদেশ্বৰ মৰান, অজিত চৌধুৰী, পঙ্কজ ডেকা, বিশ্বজিৎ চৌধুৰীকে প্ৰমূখ্য কৰি ভাৰতীয় জনতা পাৰ্টি দলৰ বহুকেইগৰাকী  দলীয় জ্যেষ্ঠ নেতা৷ প্ৰত্যেককেই একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় মাৰ্ঘেৰিটাৰ সদৰ মণ্ডল আৰু ব্লক মণ্ডলৰ দলীয়  নেতা কৰ্মী সকলে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0