ধাৰা ৪৯৭ বাতিলৰ ফলত পত্নীৰ পৰকীয়া প্ৰেমৰ গোচৰ ৰজু নোহোৱাত...

Home ভাইৰেলধাৰা ৪৯৭ বাতিলৰ ফলত পত্নীৰ পৰকীয়া প্ৰেমৰ গোচৰ ৰজু নোহোৱাত আত্মহত্যা !

ধাৰা ৪৯৭ বাতিলৰ ফলত পত্নীৰ পৰকীয়া প্ৰেমৰ গোচৰ ৰজু নোহোৱাত আত্মহত্যা !

by News Desk
85 views
A+A-
Reset

 image representational

মৰিয়নীঃ মৰিয়নী ছৈকতা বাগিছাৰ ঘটনা। এই বাগিছাৰেই নিচান মানকীৰ পত্নীয়ে ওচৰৰেই পৰেশ কৰ্মকাৰৰ লগত দীৰ্অঘদিন ধৰি অবৈধ সম্পৰ্ক চলাই থকা বুলি নিচান মানকী আৰু তেওঁৰ পৰিয়ালে সন্দেহ কৰি আহিছিল। কিন্তু মানকীৰ পত্নী আৰু পৰেশ কৰ্মকাৰে এই অবৈধ সম্পৰ্কৰ কথা অস্বীকাৰ কৰি আহিছিল।বহুদিন কাজিয়া-পেছাল,বুজনি-বাঢ়নিয়ে কাম নিদিয়াত অৱশেষত নিচান মানকীয়ে আইনৰ সহায় ল’বলৈ আৰক্ষীৰ কাষ চপাৰ সিদ্ধান্ত ল’লে৷ কিন্তু আৰক্ষী চকীলৈ গৈ বিমান ৰেগন নামৰ আৰক্ষী উপ-পৰিদৰ্শক গৰাকীক এজাহাৰ দিয়াৰ উদ্দেশ্যে ঘটনাতো জনোৱাত উপ-পৰিদৰ্শক বিমান ৰেগনে নিয়ান মানকীক সহায় কৰিবলৈ অপৰাগ হ’ল আৰু কেচ ল’বলৈ অস্বীকাৰ কৰিলে৷ কাৰন বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ক্ষেত্ৰত অভিযোগ কৰিবলৈ আগতে থকা ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৪৯৭ ইতিমধ্যে যোৱা ২৭ ছেপ্তেম্বৰতেই উচ্চতম ন্যায়ালয়ে বাতিল কৰিছে৷ গতিকে নিচান মানকীৰ অভিযোগ ল’বলৈ আৰক্ষীৰ ওচৰত কোনো আইনৰ ব্যৱস্থা নাই৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0