Home ৰাজ্যকৰ্মস্থানলৈ গৈ থাকোতে বন্যহস্তীৰ গচকত নিহত এজন

কৰ্মস্থানলৈ গৈ থাকোতে বন্যহস্তীৰ গচকত নিহত এজন

by News Desk
106 views
A+A-
Reset

মৰিয়নীঃ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে মৰিয়নীতো বনৰীয়া হাতীৰ সন্ত্ৰাস অব্যাহত আছে। হাতীৰ গচকত প্ৰাণ গ’ল খৰীকটীয়া চাহ বাগিছাৰ ১ নং লাইনৰ শংকৰ কৰ্মকাৰ নামৰ লোকজনৰ।

শনিবাৰে পুৱা চাহ বাগিচালৈ গৈ থকা অৱস্থাত বাগিচাখনৰ ৭ নম্বৰ লাইনত অৱস্থান কৰি থকা বনৰীয়া হাতী এটাই  তেওঁক আক্ৰমণ কৰে । হাতীৰ গচকত লোকজনে থিতাতে মৃত্যুক আঁকোৱালি লয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0