126
মৰিয়নীঃ মৰিয়নীত লালী গুড়ৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক অভিযান। মৰিয়নী আৰক্ষীয়ে খৰিকটীয়া চাহ বাগিচাৰ মাজত অভিযান চলাই দুশ কেজিৰো অধিক লালী গুৰ জব্দ কৰিবলৈ সক্ষম হয়।
আনহাতে, সোমবাৰে পুৱাতেই মৰিয়নীৰ চৈকটা বাগিচা প্ৰাথমিক বিদ্যালয়, চৈকটা বাগিচা এম ই স্কুলৰ কণ-কণ ছাত্ৰ-ছাত্ৰী সকলে চৈকটাৰ লাইনৰ বিভিন্ন অঞ্চলত সমদল কৰি অবৈধ চুলাই মদৰ বন্ধৰ বাবে সজাগতা সৃষ্টি কৰে।