101
ডিজিটেল ডেস্কঃকমনৱেলথ গেমছৰ দশমটো দিন আৰম্ভ হ’ল স্বৰ্ণ পুৱাৰে। অষ্ট্ৰেলিয়াৰ গল্ড কোষ্টত চলি থকা ২১ তম কমনৱেলথ গেমছত ভাৰতে দশম দিনৰ পুৱাই স্বৰ্ণ লাভে কৰে। ভাৰতলৈ ২১ নম্বৰটো সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হ’ল নীৰজ চোপ্ৰাই। পুৰুষৰ জেভলিন থ্ৰ’ শাখাত নীৰজে এই পদক লাভ কৰে।
ভাৰতীয় বক্সাৰ গৌৰৱ সোলাংকিয়ে পুৰুষৰ ৫২ কেজি. শাখাত লাভ কৰিলে সোণৰ পদক। আকৌ ৬০ কে.জি.ৰ শাখাত মণিষ কৌশিকে লাভ কৰে ৰূপৰ পদক।