80
লালুকঃ মণিপুৰত বিদ্ৰোহী সংগঠনৰ বোমা বিস্ফোৰণত নিহত অছাম ৰাইফলছৰ জোৱান বিজু স্বৰূপৱাৰৰ আজি সামৰিক মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয়৷
কৰ্তব্যৰত অৱস্থাত মণিপুৰৰ বিদ্ৰোহী সংগঠনে সংঘটিত কৰা বোমা বিস্ফোৰণত নিহত জোৱানজনৰ নশ্বৰ দেহ আজি লখিমপুৰ জিলাৰ নাওবৈছাস্থিত ঘৰলৈ অনা হয়।