Home ৰাজ্যলাহোৱালত শ্বহীদ সাংবাদিক কমলা শইকীয়াক স্মৰণ

লাহোৱালত শ্বহীদ সাংবাদিক কমলা শইকীয়াক স্মৰণ

by News Desk
85 views
A+A-
Reset

newsnextone.com |  ডিব্ৰুগড়ঃ লাহোৱালত অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াক স্মৰণ কৰে। প্ৰেছ ক্লাবৰ কাৰ্যালয়ত লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি দীপজয় শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত শ্বহীদ সাংবাদিক কমলা শইকীয়া স্মৃতিচাৰণ অনুষ্ঠানত বন্তি প্ৰজ্বল কৰে লাহোৱাল প্ৰেছ ক্লাবৰ উপদেষ্টা কনৌজ শইকীয়াই।

প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক উজ্জ্বল শইকীয়াই উদেশ্য ব্যাখ্যা কৰা সভাত ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি ভূষণ জ্যোতি সন্দিকৈয়ে ভাষণ প্ৰসংগত কয় যে কমলা শইকীয়া হত্যাকাণ্ডৰ ফাইল পুনৰ খুলি তদন্ত কৰিব লাগে। দেশৰ ভিতৰত অসমৰ সাংবাদিকে অধিক ভাবুকি নিগ্ৰহৰ সন্মুখীন হৈ অহা বুলি ক্ষোভ প্ৰকাশ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0