496
ডিব্ৰুগড়ঃ ৰাজ্যৰ জকাইচুক, সাধাৰণ চহৰৰ পৰা আৰম্ভ কৰি গুৱাহাটী মহানগৰীলৈ এতিয়া বাপতি সাহোন ৰঙালীৰ ব্যাপক উলাহ। বসন্ত ঋতুৰ আগমনৰ লগে লগেই সকলোৰে মনত বিৰিঙিছে ৰং-উৎসাহ, হাঁহি-আনন্দ। বহাগৰ আগমনত ন-ৰূপেৰে উজলি উঠিছে প্ৰকৃতি ৰাণী, কুঁহিপাত।
অসমীয়াৰ বাপোতি সাহোন বহাগৰ বিহু উজনি অসমৰ অন্যতম জনগোষ্ঠী মটক জনগোষ্ঠীয়ে শনিবাৰে হাতীগাধৈ নাদুৱা গাণ্ট গাঁৱৰ গৰখীয়া ৰাইজৰ লগতে শৰণীয়া, ভকত বৃন্দই পালন কৰে৷