Home ৰাজ্যগোৱালপাৰাত চিকিৎসকৰ সন্ত্ৰাস, ভয়ত কঁপিছে ৰোগী

গোৱালপাৰাত চিকিৎসকৰ সন্ত্ৰাস, ভয়ত কঁপিছে ৰোগী

by News Desk
71 views
A+A-
Reset

গোৱালপাৰাঃ গোৱালপাৰা চহৰত চিকিৎসা সেৱাৰ নামত একাংশ ফাৰ্মাচী, লেবৰেটৰীত দালাল আৰু চিকিৎসকৰ ছিণ্ডিকেট গঢ়ি উঠাৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৰোগীসকল। ৰোগীৰ অসহায় অৱস্থাৰ সুযোগ গ্ৰহণ কৰি ছিণ্ডিকেট,দালাল চক্ৰটোৱে দিন ডকাইতিৰ দৰে লাখ লাখ টকা লুণ্ঠন চলাই গৈছে যদিও প্ৰশাসনে ছিণ্ডিকেট চক্ৰসমূহক উৎখাত কৰাৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।

গোৱালপাৰা অসামৰিক চিকিৎসালয় আৰু চহৰ খনৰ একাংশ বিশেষজ্ঞ চিকিৎসকৰ ওচৰত উন্নত চিকিৎসা সেৱা লাভৰ আশাত বিভিন্ন প্ৰান্তৰ পৰা দৈনিক শ শ ৰোগী আহে। গোৱালপাৰাৰ বিভিন্ন  গ্ৰামাঞ্চলৰ লগতে বঙাইগাঁও, বৰপেটা,ধুবুৰী, হাটশিঙিমাৰি, কামৰূপ (গ্রাম্য)তথা চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও চহৰখনলৈ ৰোগী  আহে। ইয়াৰে অধিকাংশ ৰোগীয়েই চহৰখনত সক্ৰিয় হৈ থকা ছিণ্ডিকেট চক্ৰৰ লুণ্ঠনৰ ফান্দত পৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0