61
চাবুৱাঃ সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ২০,৩০ জুন আৰু ০১ জুলাইত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে৷
বৰবাৰী নৱজ্যোতি গাঁৱৰ অইল খেলপথাৰত বৰবাৰী অাৰু নিজ চাবুৱা নতুন গাঁৱৰ ৰাইজৰ সহযোগত সংগঠনটোৱে এই বেলি চতুৰ্থ বাৰ্ষিক কেন্দ্ৰীয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন কৰিব৷