Home ৰাজনীতিনতুন ভোটাৰক পিন্ধালে মেডেল

নতুন ভোটাৰক পিন্ধালে মেডেল

by News Desk
85 views
A+A-
Reset

ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ তিনিখন ৰাজ্য ক্ৰমে নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাত অনুষ্ঠিত হৈ যোৱা বিধান সভা নিৰ্বাচনৰ ভোটগণনা শণিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে৷ শেহতীয়া খবৰ অনুসৰি নাগালেণ্ডত কংগ্ৰেছ দলে ২৯খন, মেঘালয়ত বিজেপিয়ে ২৩খন আৰু ত্ৰিপুৰাত বিজেপি দলে ৩৮খন আসনত আগবাঢ়ি আছে৷ এই বিধানসভা নিৰ্বাচনৰ ফলাফলত ত্ৰিপুৰাত মুঠ ২৯২গৰাকী, মেঘালয়ত ৩৭২গৰাকী আৰু নাগালেণ্ড ১৯৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব৷

ৰাজ্যকেইখনত ৬০খন আসনৰ বাবে হোৱা নিৰ্বাচনত ৫৯টা সমষ্টিতহে নিৰ্বাচন অনুষ্ঠিত হৈছিল। উল্লেখ্য যে, ২৭ ফেব্ৰুৱাৰীত মেঘালয়ত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ১৫০০০ ভোটদাতাই প্ৰথমবাৰৰ বাবে ভোটদান সাব্যস্ত কৰিছিল৷ এই নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদান কৰা নতুন ভোটাৰ সকলক পুৰস্কৃত কৰাৰ লগতে নিৰ্বাচনত প্ৰথম বাৰৰ বাবে অংশগ্ৰহণ কৰা সকলক মেডেল পিন্ধোৱা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0