Home ৰাজ্যনগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে উদ্ধাৰ কৰিলে মানসিক বিকাৰগ্ৰস্থ বহি:ৰাজ্যৰ মহিলা

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে উদ্ধাৰ কৰিলে মানসিক বিকাৰগ্ৰস্থ বহি:ৰাজ্যৰ মহিলা

by News Desk
57 views
A+A-
Reset

নগাঁওঃ  ন্যায় সেৱা প্ৰাধিকাৰী নগাঁৱে কৰি অহা সমাজৰ দুখীয়া নিচলা,মানসীক বিকাৰগ্ৰস্থ লোকক উদ্ধাৰ আদি কাম সমূহৰ বিষয়ে সংবাদ মাধ্যমত বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ বাবেই  আজি নগাওঁ চহৰৰ সদাব্যস্ত পানীগাঁও চাৰিআলিৰ শান্তিবনৰ পৰা নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ ন্যায়াধীশ তথা সম্পাদিকা প্ৰনিতা মৰাঙৰ নিৰ্দেশত যোৱা এটি সজাতী দলে উদ্ধাৰ কৰে এগৰাকী বহিঃৰাজ্যৰ যুৱতীক। সজাতী দলটিত নগাঁৱৰ ন্যায় সেৱা প্ৰাধীকাৰীৰ পেনেল অধিবক্তা ৰূপালী গোস্বামী, অৰ্ধ আইনী সহায়ক দিপেন শইকীয়া,পাপুমনি বৰা, বিতুপন কোঁৱৰ আদি উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 

জানিব পৰা মতে, মহিলাগৰাকী মানসিকভাবে বিকাৰগ্ৰস্ত। বৰ্তমান ইটচালি আৰক্ষীয়ে যুৱতী গৰাকীৰ পৰিচয় লাভ কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে ৷ উল্লেখ্য, মানসিকভাৱে ৯৫ শতাংশ বিকাৰগ্ৰস্ত মহিলা গৰাকীয়ে কেইদিনমানৰ পৰা নগাঁৱৰ পানীগাঁও অঞ্চলত অশান্তি সৃষ্টি কৰি আহিছিল ৷  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0