85
ডিজিটেল ডেস্কঃ এটি মেচেদৰ ৰিপ্লাই পাবলৈ ধৈৰ্য ধৰিব লাগিব ২৪ বছৰ। এই মেচেজ মোবাইল নতুবা হোৱাটছএপৰ পৰা প্ৰেৰণ কৰা মেচেজ নহয়। সৌৰজগতৰ অন্য এক গ্ৰহৰ প্ৰাণীৰ উদ্দেশ্যে বিজ্ঞানীৰ এটা দলে যোৱা মাহত বতাহৰ নিচিনা সংকেতৰ জড়িয়তে বাৰ্তা প্ৰেৰণ কৰিছে৷
জ্যোতিৰ্বিজ্ঞানীৰ এটা দলে এই কথা সদৰি কৰি কয় যে পৃথিবীৰ পৰা ১২.৩৬ আলোকবৰ্ষ দূৰত থকা পৃথিৱী সদৃশ সেই গ্ৰহত যদি কোনো বুদ্ধিমান এলিয়েন আছে তেনেহলে তেওঁলোকে বাৰ্তাটো পাওতে লাগিব প্ৰায় ১২বছৰ৷