65
ডিজিটেল ডেস্কঃ ৰিলায়েন্স জিঅৰ সৈতে ফেৰ মাৰিবৰ বাবে এইবাৰ মাইক্ৰমেক্সৰ লগ লাগিছে এয়াৰটেলে।স্মাৰ্টফোন কোম্পানী মাইক্ৰমেক্সৰ সৈতে ব্যৱসায়ীক চুক্তিত আবদ্ধ হোৱা ভাৰতী এয়াৰটেলে গ্ৰাহকক এবছৰৰ বাবে বিনামূলীয়া ৪জি দিয়াৰ বাবে অফাৰ আগবঢ়াইছে।
মাইক্ৰমেক্স কেনভাছ ক্ৰয় কৰিলে ইয়াৰ লগতে গ্ৰাহকে পাব ১ বছৰৰ বিনামূলীয়া ৪জি। এই ডাটা হ’ব আনলিমিটেড। ইয়াৰ লগতে থাকিব ১ বছৰৰ বাবে এয়াৰটেল টু এয়াৰটেল বিনামূলীয়া ভইচ কল।