71
ডিজিটেল ডেস্কঃ আকৌ শিৰোনামালৈ আহিল গায়ক মিকা সিং।ব্ৰাজিলৰ কিশোৰী এগৰাকীলৈ মোৱাইলত অশ্লীল ফটো প্ৰেৰন কৰাৰ অভিযোগত গায়কজনক বৰ্তমান ডুবাইত আটক কৰা হৈছে বুলি জানিব পৰা গৈছে।আগতেও এই গায়কজনে এনেদৰে অসামাজিক কাম কৰি কুখ্যাতি অৰ্জন কৰিছিল ।
অহা ৰবিবাৰে মিকা সিঙক আদালতত হাজিৰ কৰা হ’ব।