51
ডিজিটেল ডেস্কঃ পানীয়ে জীৱৰ প্ৰাণ বুলি হয়তো সৰুতে পঢ়ি আহিছে। কিন্তু সেই ‘প্ৰাণ’ৰ বাবে যে কিস্তি কিস্তিকৈ টকা দি ক্ৰয় কৰাৰো দিন আহিব পাৰে, সেয়া হয়তো পঢ়াতো বাদেই, কোনো ভবাও নাছিল।
কিছুদিন আগলৈকে পেকেজড ড্ৰিংকিং ৱাটাৰ মানুহে চিনি পোৱা নাছিল। কিন্তু এতিয়া বজাৰত হৰেক ৰকমৰ পেকেজড ড্ৰিংকিং ৱাটাৰ উপলব্ধ। দহ টকীয়া নোট এখন দিলেই পোৱা যায় এবটল পানী।