newsnextone.com | গুৱাহাটীঃ দুদিন পূৰ্বে বিশ্বনাথ জিলাৰ বিহালীত অনুষ্ঠিত হোৱা এখন বিশেষ সভাত অংশ লৈ বিহালীৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জীত দত্তই নাম নোলোৱাকৈয়ে তীব্ৰ সমালোচনা কৰে সমষ্টিটোৰ জাতীয়তাবাদী সংগঠনৰ নেতাক৷ জানিব পৰা মতে, যোৱা কিছুদিন ধৰি এতাংশ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতাই বিহালী সমষ্টিত কেইবাটাও আঁচনি নিৰ্মাণত ব্যাপক দুৰ্নীতি সংগটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি আহিছে৷ জাতীয় সংগঠনৰ এই অভিযোগৰ ফলত সমষ্টিটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷
63
previous post