80
বিহালীঃ বিশ্বনাথ জিলাৰ বিহালী বিধান সভা সমষ্টিৰ বৰগাঁঙত আজি অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দত্তই এটি অগ্নি নিৰ্বাপক আৰু আপদকালীন সেৱা কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷
দিনৰ প্ৰায় ১০-৩০ বজাত অনুষ্ঠিত এখন সভাৰ জৰিয়তে অগ্নি নিৰ্বাপক আৰু আপদকালীন সেৱা বিভাগৰ সঞ্চালক প্ৰধান এ পি ৰাৱটৰ উপস্থিতিত মন্ত্ৰী ৰঞ্জিত দত্তই এটি অগ্নি নিৰ্বাপক আৰু আপদকালীন সেৱা কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷