74
নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৫৮ সংখ্যক সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল টুৰ্নামেন্টত খেলাৰ যোগ্যতা অৰ্জন কৰিছে৷
ইতিমধ্য সামৰণি পৰা দেউকণ ট্ৰফী আন্তঃজিলা স্কুল ফুটবল টুৰ্ণামেন্টত চেম্পিয়নৰ খিতাপ দখল কৰাৰ সুবাদত এই যোগ্যতা শিক্ষানুষ্ঠানখনে অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷