71
গুৱাহাটীঃ যোৱা কেবাটাও বছৰ ধৰি সংগীতৰ সাধনাত ব্যস্ত এজন যুৱক৷ সংগীত সাধনাত ব্যস্ত যুৱকজনে সংগীতৰ বাহিৰে আন একো বুজি নোপোৱা যুৱকগৰাকীয়ে সংগীতৰ জগতত নিজকে চিনাকী দিবলৈ সক্ষম হৈছে৷ সৰুৰেপৰা ঘৰত সংগীতৰ পৰিৱেশৰ মাজত ডাঙৰ দীঘল হোৱা যুৱকগৰাকীয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি জনপ্ৰিয়তা লাভ কৰিছে৷