66
মিৰ্জাঃ দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত পলাশবাৰী সাহিত্য সভাৰ সাহিত্য ভৱনৰ প্ৰেক্ষাগৃত দেওবাৰে কিড বেদা, মিৰ্জাৰ উদ্যোগত বাৰ্ষিক অভিভাৱক সন্মিলন আৰু প্ৰতিযোগিতামূলক ৰন্ধন খাদ্য সামগ্ৰী প্ৰদৰ্শন কৰা হয়।
অভিভাৱকসকলৰদ্বাৰা বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে অনুষ্ঠানটো শুভাৰম্ভ কৰা হয়। ক্ৰিয়েটিভ ডেন্স এণ্ড ফিটনেছ ষ্টুডিঅ’ৰদ্বাৰা নৃত্য, কণ কণ ছাত্ৰ-ছাত্ৰীসকলে, লগতে অভিভাৱকসকলেও গীত, কবিতা, নৃত্য আদি পৰিৱেশন কৰে।