84
জীতুমণী দাস, মিৰ্জাঃ ১৯২০ চনতে স্থাপিত তথা জন্মলগ্নৰেপৰা শিক্ষাৰ পোহৰ বিলাই অহা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান পলাশবাৰী আৰবি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ে যোৱা ১ জানুৱাৰীৰপৰা গৌৰৱজ্জ্বল শতবৰ্ষীয় অনুষ্ঠান উদযাপন কৰিবলৈ লৈছে।
অনুষ্ঠানৰ লগত সংগতি ৰাখি দেওবাৰে প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলন এখনি অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত পুৱা স্মৃতি তৰ্পণ কৰে বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ লগতে প্ৰাক্তন ছাত্ৰসকলে।