61
গুৱাহাটীঃ ৰাজ্যত সঁচাকৈ মানুহৰ নিৰাপত্তা নোহোৱা হৈছে নেকি? আপুনি ঘৰৰ পৰা ওলাই গৈ উভতি অহাৰ নিশ্চয়তা নোহোৱা হৈছে নেকি৷ যদি আপুনি জকাইচুকৰ বাসিন্দা তেন্তে আপোনাৰ নিৰাপত্তাৰ কথা কোনে ভাবিব৷ জকাইচুকৰ জনগণক পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকৰ পৰা কোনো সুৰক্ষিত কৰিব৷ বানপানী আহিলে আপোনাক সুৰক্ষিত কৰিব কোনে৷
