Home ৰাজ্যকোকৰাঝাৰত এমজিএনৰেগা কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট

কোকৰাঝাৰত এমজিএনৰেগা কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট

by News Desk
59 views
A+A-
Reset

কোকৰাঝাৰঃ ৰাজ্যৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে এমজিএনৰেগা কৰ্মচাৰী সকলক লৈ কৰা টুলুঙা মন্তব্যৰ প্ৰতিবাদ জনাই আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰতো এমজিএনৰেগা কৰ্মচাৰী সকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

সদৌ অসম এমজিএনৰেগা কৰ্মচাৰী উন্নয়ন পৰিষদৰ কোকোৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আজি পুৱা ১১ বজাৰ পৰা কোকৰাঝাৰ প্ৰকল্প সঞ্চালক কাৰ্যালয়ৰ চৌহদত ৰূপায়িত হোৱা উক্ত ধৰ্মঘট কাৰ্যসূচীত প্ৰায় শতাধিক এমজিএনৰেগা কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰায় দুই ঘণ্টা ধৰি ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত এমজিএনৰেগা কৰ্মচাৰী সকলে সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্তিত হয় ৷ তাতে কিছু সময় ধৰ্ণা দিয়াৰ পিছত কৰ্মচাৰী উন্নয়ন পৰিষদৰ নেতৃবৃন্দই জিলা উপায়ুক্তৰ জৰিয়তে কেইবা দফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ ৰাজ্যৰ মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0