Home ভাইৰেলচুটি কাপোৰ পিন্ধি গ্ৰেপ্তাৰ হ’ল মডেল

চুটি কাপোৰ পিন্ধি গ্ৰেপ্তাৰ হ’ল মডেল

by News Desk
72 views
A+A-
Reset

ডিজিটেল ডেস্কঃ চুটি কাপোৰ পিন্ধাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হ’ল সুন্দৰীগৰাকীক৷ মঙলবাৰে চৌদী আৰবৰ এগৰাকী মডেলে চুটি কাপোৰ পিন্ধি পোষ্ট কৰিছিল এক ভিডিঅ’৷ লগে লগে উক্ত ভিডিঅ’টো সমগ্ৰ বিশ্বৰ চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল৷

ইয়াৰ পিছতেই মঙলবাৰে দেশখনৰ ৰাজধানী ৰিয়াধৰ পৰা দেশখনৰ আচৰণ বিধি উলংঘন কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হয় যুৱতীগৰাকীক৷  ড্ৰেচ কোডক লৈ সদা সচেষ্ট চৌডী আৰৱ৷ দেশখনত চুটি কাপোৰ তথা গাত লাগি থকা পোছাক পিন্ধিলে শাস্তিৰ সন্মুখীন হ’ব লাগে মহিলাসকল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0