পৰীক্ষাৰ ২৫ মন্ত্ৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গ্ৰন্থ ‘Exam Warriors’ উন্মোচন

Home দেশপৰীক্ষাৰ ২৫ মন্ত্ৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গ্ৰন্থ ‘Exam Warriors’ উন্মোচন

পৰীক্ষাৰ ২৫ মন্ত্ৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গ্ৰন্থ ‘Exam Warriors’ উন্মোচন

by News Desk
59 views
A+A-
Reset

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লিখি উলিওৱা এখন গ্ৰন্থ শনিবাৰে উন্মোচন কৰে বিদেশ মন্ত্ৰী সুষমা স্বৰাজ আৰু মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী প্ৰকাশ জাভেৰকাৰে৷ ‘Exam Warriors’ নামৰ শিশুৰ উপযোগী গ্ৰন্থখন ব্যস্ততাৰ মাজতো লিখি উলিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ১৯৩ পৃষ্ঠাৰ গ্ৰন্থখনত পৰীক্ষা সন্দৰ্ভত উল্লেখ আছে৷

অভিভাৱক, শিক্ষকে ছাত্ৰ-ছাত্ৰীক ভাল নম্বৰৰ বাবে জোৰ দিয়া কাৰ্যৰ কথা কৈ পৰীক্ষাক উৎসৱ আৰু কেনেদৰে পালন কৰিব লাগে তাৰ ২৫টা মন্ত্ৰ উল্লেখ আছে৷ পৰীক্ষাৰ বাবে জোৰ দিয়াৰ প্ৰযোজন নাই এই সন্দৰ্ভত গুৰুত্ব দিছে গ্ৰন্থ খনে৷ শিক্ষাৰ্থীসকলে পৰীক্ষাৰ সন্মুখীন হ’বলৈ শিকিব লাগিব এই কথাই গ্ৰন্থ খনত উল্লেখ আছে বুলি জানিব পৰা যায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0