95
newsnextone.com | ডিজিটেল ডেস্কঃ দেশত পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি, ৰন্ধন গেছৰ মূল্য বৃদ্ধি, দলিত সমস্যা আদিৰ দৰে এশ এবুৰি সমস্যাৰ মাজতে বিদেশী ৰাষ্ট্ৰৰ সৈতে সুহৃদয়তা স্থাপনত ব্যস্ত হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷
দেশৰ ভিতৰৰ সাধাৰণ জনতাৰ সমস্যা সমূহ সমাধান কৰাৰ পৰিৱৰ্তে মোডীয়ে বিদেশী ৰাষ্ট্ৰসমূহৰ সৈতে সম্বন্ধ স্থাপন কৰাৰ নাম লৈ ‘ফৰেইন ট্ৰিপ’ত গৈ থকা কাণ্ডই সময়ে সময়ে সাধাৰণ জনতাক অসন্তুষ্ট কৰি তোলাও পৰিলক্ষিত হৈ আহিছে৷