Home ভাইৰেল১১ কোটি টকাত নিলাম মোদীৰ ৫০০ টকাৰ গামোচা! সত্যনে এই খবৰ?

১১ কোটি টকাত নিলাম মোদীৰ ৫০০ টকাৰ গামোচা! সত্যনে এই খবৰ?

by News Desk
A+A-
Reset
gamosa

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ‘অৱতাৰী পুৰুষ’৷ পিছে এই আখ্যা আমি দিয়া নাই, দিছে আমাৰ সমাজৰে একাংশই৷  কিন্তু কিয় দিছে এই আখ্যা? সদ্যহতে ছচিয়েল মিডিয়াত এই খবৰ বিয়পি পৰিছে৷ মোদীৰ উপহাৰ নিলামৰ বাতৰিৰ সন্দৰ্ভত এক দাবী উত্থাপন হৈছে যে মোদীয়ে উপহাৰ পোৱা ৫০০ টকাৰ গামোচাখন ১১ কোটি টকাত নিলাম হৈছে আৰু এই নিলামৰ পৰা পোৱা এই টকা মোদীয়ে দান কৰিছে প্ৰধানমন্ত্ৰী ৰক্ষা কোষলৈ৷ 

এই খবৰটোকে শ শ লোকে ফেচবুক, টুইটাৰ, হোৱাটছ এপত শ্বেয়াৰ কৰিছে য’ত মোদীক আখ্যা দিয়া হৈছে অৱতাৰী পুৰুষ বুলি৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0