57
গুৱাহাটীঃ অসম সাহিত্য সভাই মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা প্ৰদান কৰা, পদ্মশ্ৰী, সমাজসেৱীকা, প্ৰথিতযশা লেখিকা মহাশ্বেতা দেৱীৰ দেওবাৰে জন্মদিন৷ বিশাল নেতৃত্বৰ অধকাৰী মহাশ্বেতা দেৱীৰ দেওবাৰে ৯২ সংখ্যাক জন্মদিন৷
লেখিকাগৰাকীৰ জন্মদিনত Google Doodle-এ তেওঁৰ ফটো ব্যৱহাৰ কৰি তেওঁক সন্মান প্ৰদান কৰে৷ সাহসী লেখিকা ৰূপে পৰিচিত সাহিত্য আৰু সমাজৰ বাবে অহৰহ কাম কৰা মহাশ্বেতা দেৱীয়ে ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে৷