Home ৰাজ্যচাকচনিৰ চেৱত ১৫০০ নাচনীয়ে নাচিলে মৰাণ জনগোষ্ঠীৰ ঐতিহ্যমণ্ডিত ৰাতি বিহুত

চাকচনিৰ চেৱত ১৫০০ নাচনীয়ে নাচিলে মৰাণ জনগোষ্ঠীৰ ঐতিহ্যমণ্ডিত ৰাতি বিহুত

by News Desk
A+A-
Reset
850a81fe-4e95-45d1-b490-90226057e7be

তিনিচুকীয়াঃ আধুনিকতাৰ কৰাল গ্ৰাসত পৰি উজনি অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ গৌৰৱ তথা কৃষ্টি সংস্কৃতিৰ পৰিচায়ক ৰাতিবিহু প্ৰায় বিলুপ্তিৰ পথত বুলি চৰ্চা আৰম্ভ হৈছে যদিও নৱ প্ৰজন্মৰ প্ৰচেষ্টাৰ পুনৰ ৰাতি বিহুৰ মাদকতা বৃদ্ধি হোৱা বুলি কব পাৰি৷

মৰাণ সমাজৰ সচেতন লোক আৰু প্ৰচেষ্টাত নিজ কলা-সংস্কৃতি পুনৰ উদ্ধাৰত ব্ৰতি হৈ থকা একাংশ সংস্কৃতিবান লোকে ৬০ দশকৰ কাল বলুকাত হেৰাই যাবলৈ ধৰা ৰাতিবিহু-পৰম্পৰাগত ঢালকড়ি খেল নৱপ্ৰজন্মক চিনাকি কৰাই দিয়াৰ লগতে প্ৰচাৰ-প্ৰসাৰৰ উদ্দেশ্যেৰে পুনৰাই প্ৰতীকি ৰূপত ডাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0