56
মৰিয়নীঃ তিতাবৰত আদিবাসী ছাত্র সন্থা যোৰহাট জিলা সমিতিয়ে শুকুৰবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।চক্ৰ বিষয়া কাৰ্যলয়ৰ সম্মুখত ২ ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিলে আদিবাসী ছাত্র সন্থা যোৰহাট জিলা সমিতিয়ে।
আদিবাসীসকলক শীঘ্ৰে জনজাতীকৰণ, চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৫০ টকা বৃদ্ধি কৰাৰ দাবীত উত্তাল প্ৰতিবাদ গঢ়ি তোলে প্ৰতিবাদকাৰিয়ে।