118
মৰিগাঁওঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যাক বাৰ্ষিক অধিৱেশন অহা ফ্ৰেব্ৰুৱাৰী মাহৰ ৬, ৭, ৮ আৰু ৯ তাৰিখে মৰিগাঁৱত অনুষ্ঠিত হ’ব ৷
সেয়হে শনিবাৰৰপৰা মৰিগাঁঁও শ্রীমন্ত শংকৰদেৱ সংঘৰ আইমাতৃ, বাপ আৰু সেৱা বাহিনীকে ধৰি ভক্ত প্রাণ ৰাইজে হাতে কামে লাগি অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তোলাত ব্যস্ত হৈ পৰিছে।