63
ডিজিটেল ডেস্কঃ ভঁৰাল নাথাকিলেও আকালো নাছিল আগ্ৰাৰ শৰ্মা পৰিয়ালৰ। ঘৰৰ মুৰব্বী মনোজ আৰু পত্নী আৰতি শৰ্মাই পৰিশ্ৰম কৰিয়েই আগুৱাই নিছিল জীৱনৰথ।
সময়ৰ নিষ্ঠুৰতাই পিছে এতিয়া পিষ্ট কৰিছে এই দম্পতিক। দৰিদ্ৰতাই জৰ্জৰিত কৰা মাতৃ আৰতিৰ সাহস নাই চাৰি সন্তানৰ মুখলৈ চাবৰ বাবে। পু্ত্ৰ-কন্যাৰ অংগ বিক্ৰীৰ কঠোৰ সিদ্ধান্ত ঘোষণা কৰিছে এইগৰাকী হতভগীয়া মাতৃয়ে।